সাংবাদিক গ্রেফতারের প্রতিবাদে জাফার প্রতিবাদী কর্মসূচি কাল , পরে জামিন আন্দোলন স্থগিত
নয়া ঠাহর সংবাদদাতা:
তিৰ বিৰুদ্ধে বাতৰি সংগ্ৰহ কৰিবলৈ যোৱাৰ অপৰাধত "দ্যা ক্ৰচ কাৰেন্ত" ৰ সাংবাদিক দিলৱাৰ হুছেইন মজুমদাৰ ক আৰক্ষীযে বৰ্বৰোচিত ভাবে গ্ৰেপ্তাৰ কৰা
ঘটনাক সাংবাদিকৰ উমৈহতীয়া মঞ্চ "জাফা"ৰ কামৰূপ জিলা সমিতিয়ে তীৱ ভাষাৰে গৰিহণা দিছে।সাংবাদিক মজুমদাৰক অতি সোনকালে মুক্তিৰ দিয়াৰ বাবে দাবী জনাই কালিলৈ জাফাৰ কামৰূপ জিলা সমিতিৰ পৰা প্ৰতিবাদী সভা অনুষ্ঠিত কৰা হব।প্ৰতিবাদী সভাত সকলো সন্মানীয় সদস্যৰ উপস্থিতি কামনা কৰা হল।
সময়:দিনৰ ১১ বজাত
স্থান:দিছপুৰ প্ৰেছ ক্লাব
কোন মন্তব্য নেই