Header Ads

টিনসুকিয়ার অসুস্থ সঞ্জিতা দাসের প্রাণ বাঁচান দয়াকরে সাহার্যের হাত বাড়ান

*বিনম্ৰ নিবেদন*
তিনিচুকীয়া জিলাৰ গুইজান নিবাসী শ্ৰী জয়বাশি দাসৰ কন্যা *সঞ্জিতা দাসৰ*  হৃদৰ (হাৰ্টৰ) জৰুৰী ভাবে এক অস্ত্ৰোপ্ৰচাৰৰ প্ৰয়োজন হোৱাত তেওঁৰ পৰিয়ালটো মানসিকভাবে ভাগি পৰিছে। সঞ্জিতা আনন্দ মোহন বিদ্যাপীঠৰ অষ্টম মানৰ ছাত্ৰী। আৰ্থিক ভাৱে অক্ষম তেওঁৰ দেউতাকে দিন হাজিৰা কৰি পাঁচ জনীয়া পৰিয়ালৰ ঘৰখন যেনে তেনে চলাই থকাৰ সময়তে এনে এটা পৰিস্থিতি প্ৰায় ৩ লক্ষ্যধিক টকাৰ প্ৰয়োজন অহাই ঘৰখনত সমস্যাই দেখা দিছে। তেওঁলোকৰ এনে এক সমস্যাৰ সময়ত আমি যদি অলপমান সহায়ৰ হাত আগবঢ়াও তেনেহ'লে নিশ্চয় সঞ্জিতাৰ অস্ত্ৰোপ্ৰচাৰটো সম্ভৱ হৈ উঠিব।  আৰু তাই জীয়াই থাকিব ।আহকচোন আমি যিয়ে যেনে ধৰণেৰে পাৰো সঞ্জিতাক আৰ্থিক ভাৱে অলপমান সহায় কৰো। আপুনি, আমি লগ লাগিলে একোটা অসাধ্য ও সাধন হ'ব পাৰে। 
এই আবেদনত তাইৰ মাকৰ  বেঙ্ক সম্পৰ্কীয় তথ্য আৰু QR code দি দিছোঁ। আশাকৰোঁ আপোনালোক এই সৎ কামৰ অংশীদাৰ হ'ব আৰু মোৰ অনুৰোধ ৰক্ষা কৰিব।
আৰু এটা অনুৰোধ যদি বেয়া নাপায় আপোনালোকে যদি Gpay কৰে তেন্তে Screen shot টো কমেণ্টত দিব।
*সঞ্জয় দাস*

কোন মন্তব্য নেই

Blogger দ্বারা পরিচালিত.