Header Ads

অসমের নলবাড়ী বালি গ্রামের ৭১৮ বর্ষের শ্যামা পুজো

*বালিৰ ২১৮ বছৰীয়া ঐতিহ্যমণ্ডিত শ্যামা পূজা* :

*কিঞ্চিৎ গ্ৰন্থ " প্ৰদান*
------------------------------
 টিহু চকৰ পৰা ১০ কি. মি. দক্ষিণত নলবাৰী জিলাৰ  "বালি" গাওঁত ২১৮ বছৰ পূৰ্তি উপলক্ষে অনুষ্ঠিত 'শ্ৰী শ্ৰী শ্যামা পূজা মহোৎসৱত'  যোৱা কালি ২ নৱেম্বৰ সন্ধিয়াৰ সময়ত উপস্থিত হৈছিলোঁ। আদৰণি সমিতিৰ সভাপতি, সম্পদক,সহ:সম্পাদক সহ আদি কৰি বিভিন্ন পুৰোধা আৰু ধৰ্মপ্ৰাণ ব্যক্তিসকলৰ আন্তৰিকতা, আপ্যায়ন আৰু আতিথেয়তা আছিল শলাগ লবলগীয়া।
যোৱা সপ্তাহতেই " কিঞ্চিৎ গোষ্ঠীক'' নিমন্ত্ৰণ দিয়াৰ বাবে সন্ধিয়া  দুজন  কিঞ্চিৎ সেৱকৰ সৈতে উপস্থিত হৈছিলো। ঐতিহ্য বহনকাৰী  ধৰ্মীয় অনুষ্ঠানটিৰ মধুৰ পৰিবেশ,নামকীৰ্তন,ব্যৱস্থাপনা, আহোম ৰজাদিনীয়া বৰপুখুৰীৰ নান্দনিক দৃশ্য, অগণন ভক্তৰ সমাগম ,১৮০৬ খ্ৰী: আধ্যাত্মিক চিন্তাৰে গজালি মেলা বালিৰ মন্দিৰ প্ৰাঙন ইত্যাদি চাই অভিভূত হৈছো -তাৰেই  দুটামান আলোকচিত্ৰ।👏

প্ৰধান সেৱক,
(ডা:মানিক লাল ভৌমিক)
*কিঞ্চিৎ গোষ্ঠী* ৩/১১/২৪ ইং

কোন মন্তব্য নেই

Blogger দ্বারা পরিচালিত.