Header Ads

ভোটব্যাঙ্ক কে খুশি রাখতে মূখ্যমন্ত্রী প্রতি সপ্তাহে ঋণ নিচ্ছেন ;দেবব্রত সাইকিযা

ভোটবেংকৰ স্বাৰ্থত অসমৰ ভৱিষ্যতৰ লগত খেলিছে অসমৰ মুখ্যমন্ত্ৰীয়ে! 

একমাত্ৰ হিতাধিকাৰীক সন্তুষ্ট ৰাখিবলৈ প্ৰতিসপ্তাহে ঋণ লৈছে অসম চৰকাৰে! যাৰ ফলত সাধাৰণ ৰাইজৰ অৰ্থনৈতিক অৱস্থা জুৰুলা হ'বলৈ গৈ আছে। ৰাজ্যৰ উৎপাদন ক্ষমতাক বৃদ্ধি কৰাৰ বিপৰীতে চৰকাৰে মাত্ৰ ঋণ লৈ বিভিন্ন আঁচনিৰ জড়িয়তে হিতাধিকাৰী সৃষ্টি কৰাত নামি পৰিছে। হিতাধিকাৰীক সন্তুষ্ট ৰাখিবলৈ প্ৰতিসপ্তাহে ঋণ লৈছে চৰকাৰে! ৬ অক্টোবৰত দিব নিযুত মইনাৰ ধন, ৮ অক্টোবৰত ল'ব ৭৫০ কোটিৰ ঋণ। ২২ দিনত ২,২৫০ কোটিৰ ঋণ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ। এই সন্দৰ্ভত মোৰ প্ৰতিক্ৰিয়া।

কোন মন্তব্য নেই

Blogger দ্বারা পরিচালিত.