Header Ads

বরাক কে কেন বাদ দেওয়া হল প্রশ্ন দেবব্রত সইকিয়া র

মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাক যোৱা ২৫ ছেপ্টেম্বৰত অসম চুক্তিৰ ৬ নম্বৰ দফাৰ ৰূপায়নৰ সন্দৰ্ভত বিপ্লৱ শৰ্মা কমিটীৰ প্ৰতিবেদন কাৰ্যকৰীকৰণক লৈ অসম চৰকাৰ আৰু আছুৰ মাজত হোৱা দ্বিপাক্ষিক আলোচনাৰ পিছত মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিলে যে, বৰাক উপত্যকা এই চুক্তিৰ আওতাত নাহে বা এই প্ৰতিবেদনৰ ৰূপায়নত বৰাক উপত্যকা প্ৰযোজ্য নহয়। এতিয়া প্ৰশ্ন হয়, অসম চুক্তি যিহেতু সকলোৱে মানি লৈছিল, তেনে ক্ষেত্ৰত বৰাকক বাদ দিয়াৰ কি যুক্তি? মুখ্যমন্ত্ৰীয়ে নিজৰ মতে অসম চুক্তি ৰূপায়ন কৰিব বিচাৰিলে নহ'ব, কিয়নো ইতিমধ্যে নাগৰিকত্ব সংশোধনী আইন প্ৰৱৰ্তন কৰি অসম চুক্তিৰ আত্মাক বিজেপিয়ে ধ্বংস কৰিছে। এই সন্দৰ্ভত মোৰ প্ৰতিক্ৰিয়া।

কোন মন্তব্য নেই

Blogger দ্বারা পরিচালিত.