কলকাতা আর জি কর মেডিক্যাল কলেজ হাসপাতালে প্রাণ আহুতি দেওয়া ডাক্তারের আত্মার সদগতি কামনায় শ্রদ্ধাঞ্জলি
২৫ আগষ্ট দেওবাৰে সন্ধিয়া ৬ বজাত গনেশগুৰিৰ গণেশ মন্দিৰ শ্বহীদ উদ্যানত কলিকতা কাণ্ডত প্ৰাণ হেৰুৱা মৌমিতা দেৱনাথৰ আত্মাৰ সদগতিৰ বাবে আমি সকলো এক লগ হৈ গভীৰ শ্ৰদ্ধাঞ্জলি জনাব আগ বাঢ়িব উলাইছো,সেই দিনা খন সকলো ৰাইজ উলাই আহি এই দুৰ্ভগীয়া ছোৱালী জনীৰ আত্মাৰ সদগতি কামনা কৰি ১মিনিট সময় সকলোৱে মৌন প্ৰাৰ্থনা কৰাৰ লগতে এগছি বন্তি জ্বলাই তেওঁৰ আত্মাৰ চিৰ শান্তিৰ বাবে প্ৰাথনা কৰোঁ আহক।
Date :25/08/24(Sunday)
Time:6 P.M
Ganesh Udyan,Ganeshguri
(Near Dispur Press Club)
You are cordially invited to a candlelight vigil on August 25th, Sunday, at 6 pm at the Ganesh Temple in Ganeshguri's Shahid Udyan. We will gather to pay our respects and offer condolences to the family of Moumita Devnath, who tragically lost her life in the Kolkata incident. We will observe a minute of silence and pray for the eternal peace of her soul. Your presence is greatly appreciated
কোন মন্তব্য নেই