মূখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মার ময়না প্রকল্প সূচনা
CM
মুখ্যমন্ত্ৰীৰ নিযুত মইনা আঁচনিৰ শুভ উদ্বোধন।
জনতা ভৱনৰ লোক সেৱা ভৱনত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই উপস্থিত উদ্বোধনী অনুষ্ঠান।
একাদশ শ্ৰেণীত নামভৰ্তি কৰে প্ৰতিগৰাকী যোগ্য ছাত্ৰীৰ বাবে মাহিলী ১০০০টকাকৈ সৰ্বাধিক ১০মাহলৈ বছৰত মুঠ ১০,০০০টকা।
স্নাতক প্ৰথম বৰ্ষত নামভৰ্তি কৰা প্ৰতিগৰাকী ছাত্ৰীৰ বাবে মাহিলী ১২৫০টকাকৈ সৰ্বাধিক ১০মাহলৈ বছৰত মুঠ ১২,৫০০টকা।
স্নাতকোত্তৰ প্ৰথম বৰ্ষত নামভৰ্তি কৰা প্ৰতিগৰাকী যোগ্য ছাত্ৰীৰ বাবে মাহিলী ২৫০০টকাকৈ সৰ্বাধিক ১০মাহলৈ বছৰত মুঠ ২৫,০০০টকা।
আগন্তুক তিনিটা বৰ্ষত এই আঁচনিৰ জৰিয়তে ১০লাখ শিক্ষাৰ্থীক সাঙুৰি লোৱাৰ লক্ষ্য।
প্ৰতিখন জিলাৰ বিদ্যালয় মহাবিদ্যালয়ত এই আঁচনিৰ আনুষ্ঠানিক শুভ উদ্বোধন।
কোন মন্তব্য নেই