Header Ads

নিখিল অসম স্বর্ণ শিল্পী সমিতি নবীকরণ নামে হেনস্তা র অভিযোগ

নিখিল অসম স্বৰ্ণশিল্পী সমিতি অসমৰ শোণিতপুৰ জিলা শাখাৰ সভাপতি সমন্বিতে সমিতিৰ সমূহ সমূহ কাৰ্য্যকৰ্তা  আৰু এই সমিতিৰ ৰাজ্যিক সাধাৰণ সম্পাদক শ্ৰী প্ৰশান্ত ৰয় ডাঙৰীয়া, সদৌ অসম ৱ্যবসায়ী সমিতি অসমৰ ৰাজ্যিক সমিতিৰ 
 মূখ্য আহ্বায়ক শ্ৰী প্ৰানতোষ ৰয় ডাঙৰীয়াৰ সৈতে যোৱা এক যৌথ সজাতী দলৰ সৈতে তেজপুৰস্থিত সহকাৰী শ্ৰম আয়ুক্ত, অসম মহোদয়ক তেখেতৰ কাৰ্য্যালয় কক্ষত ব্যৱসায়ী সকলৰ শ্ৰম অনুজ্ঞাপত্ৰৰ নবীকৰণৰ বিষয়ত হোৱা আলোচনাত অংশগ্ৰহণ কৰো । আমাৰ এই আলোচনাকালত যোৱা ইংৰাজী ১৯.১২.২০২২ তাৰিখৰ কেবিনেট বৈঠকত অসম চৰকাৰৰ শ্ৰম অনুজ্ঞাপত্ৰ নবীকৰণৰ বিষয়ত লোৱা সিদ্ধান্তৰ কথা পুণৰবাৰ উনুকিয়াই দিয়া হয় আৰু এই বিষয়ত সংশোধিত গেজেট নটিফিকেচন নহালৈকে ব্যৱসায়ীসকলক নবীকৰণৰ নামত হাৰাশাস্তি নকৰিবলৈ আহ্বান জনাই এখন স্মাৰক পত্ৰ প্ৰদান কৰা হয় ।

নয়ন দেৱান 
আহ্বায়ক 
সদৌ অসম ব্যৱসায়ী সন্থা
গুৱাহাটী , অসম 
ইং ২০.৫.২০২৪

কোন মন্তব্য নেই

Blogger দ্বারা পরিচালিত.