ambulance সেবা জরুরি নাম্বার ৭০০২০৬,৭০৮২
7002067082 নম্বৰটো Save কৰি ৰাখিব / বহু সময়ত ৰাজ্যৰ বহু ঠাইৰ পৰা গুৱাহাটীলৈ বা অন্য ঠাইলৈ ICU ৰোগী আনিব লগা হলে অত্যাধুনিক এম্বুলেন্সৰ প্ৰয়োজন হয় যিটো সকলো ঠাইতে পোৱা নায়ায / ফলত বহু মানুহে সাধাৰণ অক্সিজেন যুক্ত এম্বুলেন্সত ৰোগী অনা নিয়া কৰে ফলত বহুৰোগী ৰাস্তাত অৱস্থা বেয়া হয় নাইবা মৃত্যুক আকোৱালী লব লগা হয় / সকলো ঠাইতে EMS technician যুক্ত এম্বুলেন্স সেৱা উপলব্ধ নহয় সাধাৰণ চালক জনে অক্সিজেন লগাই ৰোগী জন লৈ আহে যিটো বিপদ শংকুল যাত্ৰাৰ বাহিৰে একো নহয় । মনত ৰাখিব এম্বুলেন্স তিনিপ্ৰকাৰ থাকে - PTV এম্বুলেন্স সেৱা - যত কেৱল ৰোগী ( Non Emergency) ৰোগী অনা নিয়াৰ কাৰনে ব্যৱহাৰ কৰা হয় যত সৰু অক্সিজেন B type চিলিণ্ডাৰ আৰু বেড এখন থাকে BLS এম্বুলেন্স - Basic Life Support Ambulance সেৱা । যত পেৰামিডক এজন, আৰু বেচিক কিছু মেডিকেল ডিভাইচ থাকে ALS এম্বুলেন্স - Advanced Life Support Ambulance যত উপলব্ধ সম্পূৰ্ন ICU যুক্ত এম্বুলেন্স সেৱা / যত উপলব্ধ ventilator, defibrillator, oxygen cylinder, an electrocardiography (ECG) machine and a monitoring device. লগত এজন EMS technician উপলব্ধ / সময় অনুয়াযী চিকিৎসকো যোগান ধৰা হয় / মনত ৰাখিব আপোনাৰ অজ্ঞানতাৰ কাৰনে আপোনজক এখন চিকিৎসালয়ৰ পৰা আন এখনলৈ নিয়া সমত সঠিক সিদ্ধান্ত লব ।
কোন মন্তব্য নেই