dispur প্রেস ক্লাবের 2023 বর্ষের পুরস্কার পাবেন যারা
দিছপুৰ প্ৰেছ ক্লাবৰ ২০২৩ বৰ্ষৰ বঁটা প্ৰাপকৰ নাম ঘোঘণা
গুৱাহাটী ১৬ আগষ্ট : দিছপুৰ প্ৰেছ ক্লাবৰ ২০২৩ বৰ্ষৰ বিভিন্ন শিতানৰ বঁটা প্ৰাপকৰ নাম সমুহ আজি ঘোষণা কৰা হ'য় ।
দিছপুৰ প্ৰেছ ক্লাবৰ সভাপতি ড° নৰেন হাজৰিকা আৰু সাধাৰণ সম্পাদক কুঞ্জ মোহন ৰায়ে এক বিবৃতিযোগে প্ৰেছ ক্লাবৰ বঁটা প্ৰাপক সকলোৰ নাম সমুহ ঘোষণা কৰে ।
অসম চৰকাৰৰ ৰাজ্যিক পৰ্যায়ৰ পৰামৰ্শদাতা সমিতি ছাত্ৰ আৰু যুৱ কল্যাণৰ সহযোগত আয়োজন কৰা দিছপুৰ প্ৰেছ ক্লাবৰ
২০২৩ বৰ্ষৰ
বিভিন্ন শিতানৰ বঁটা প্ৰাপক সকল হ'ল ক্ৰমে --
১/ সম্পাদক বঁটা -
সঞ্জীৱ কুমাৰ ফুকন
( দৈনিক জনমভূমি ),
২/ সাংবাদিকতা বঁটা --
ভবেন দত্ত
( অসমীয়া প্ৰতিদিন )
হেমন্ত শৰ্মা
( ডি ৱাই ৩৬৫ )
সুনীল বৰা
( নিউজ লাইভ )
৩/ ফটো সাংবাদিকতা বঁটা -
সমৰেন্দ্ৰ শৰ্মা
( দ্য আসাম ট্ৰিবিউন )
৪/ ভিডিও সাংবাদিকতা বঁটা--
অবণী বেজবৰুৱা
( প্ৰতিদিন টাইম )
৫/ক্ৰীড়া সাংবাদিকতা বঁটা
সুষিম ৰঞ্জন ঘোষ
(দৈনিক অসম )
৬/ নিউজ এংকৰ বঁটা
পূবালী শৰ্মা ( এন বি লাইভ )
৭/ কৰ্মযোগী বঁটা --
বিশ্বজিৎ ফূকন( বিধায়ক, সৰুপথাৰ )
৮/ জনহিতৈষী আৰক্ষী বঁটা
দিগন্ত বৰা (আই পি এছ )
গুৱাহাটী মহানগৰ আৰক্ষী আযুক্ত
৯/জন সেৱা বঁটা
অৰ্জুন ছেত্ৰী
( ক্ৰীড়া আৰু যুৱ কল্যাণ সঞ্চালকালয় )
১০/অভিনেতা বঁটা
প্ৰসেনজিৎ বৰা ( অভিনেতা )
১১/সম্প্ৰীতি বঁটা
নুৰুল হ'ক
( প্ৰাক্তন ছাত্ৰ নেতা )
১২/ যুৱ বন্ধু বঁটা
হিমু ৰাজবংশী
( কাৰ্ষবাহী পাৰিষদ, কে এ চি )
১৩/ সমাজহিতৈষী বঁটা
ড°ফণিধৰ অধিকাৰী( শিক্ষাবিদ )
১৪/উদ্যোগী বঁটা -
মনোজ ছৰাফ
( উদ্যোগী )
১৫/ যুৱ ৰাজনীতিক বঁটা
মানস প্ৰতীম দাস
( ৰাজনীতিক )
১৬/উদীয়মান কণ্ঠশিল্পী বঁটা
দীপান্বিতা ডেকা
(কণ্ঠ শিল্পী )
১৭/ অভিনেত্ৰী বঁটা
ৰিচা ছেত্ৰী ( অভিনেত্ৰী )
১৮/ সংবাদ বান্ধৱ বঁটা
চন্দন শইকীয়া
( তথ্য আৰু জনসংযোগ বিভাগ )
১৯/ ইউটিউবাৰ বঁটা --
ধনশ্ৰী বৈশ্য
( মহিলা ইউটিউবাৰ )
২০/
সাহসী বঁটা -
বিকাশ বৰুৱা
( বীৰ লাচিত সেনা )
২১/ অগ্ৰণী মহিলা বঁটা
দিপালী বৰ্মন
বিশিষ্ট সমাজকৰ্মী
২২/ প্ৰগতি বঁটা
পৱন আগৰৱালা
বিশিষ্ট সমাজকৰ্মী , ব্যৱসায়ী
২৩/ সাংবাদিক সংগঠক কল্যাণ বঁটা
শংকৰ গোহাঞি
সদৌ অসম সাংবাদিক কল্যাণ ন্যাস
অহা ২৬ আগষ্টত দিছপুৰ লাষ্টগেটত থকা লোক নিৰ্মাণ বিভাগৰ প্ৰেক্ষাগৃহত আয়োজন কৰা এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত বঁটা সমুহ প্ৰদান কৰা হ'ব ।
কোন মন্তব্য নেই