Header Ads

এলেন দেউড়ি র চিকিৎসা খরচ দিলেন মন্ত্রী নন্দিতা গার্ল চা

 প্রদীপ  বর্মন,, গুয়াহাটি। আজি সদ্য আঘাতপ্ৰাপ্ত হোৱা  খেলুৱৈ এলেন দেউৰীক মুখ্যমন্ত্ৰী মহোদয়ৰ হৈ ক্ৰীড়া মন্ত্ৰী শ্ৰীযুতা নন্দিতা গাৰ্লোচা ডাঙৰীয়ানীয়ে চাৰি লাখ টকাৰ চেক তেখেতৰ হাতত প্ৰদান কৰাৰ সময়ত তেখেতৰ লগত ছাত্ৰ আৰু যুৱ কল্যাণ উপদেষ্টা সমিতিৰ সদস্য সচিব সন্মানীয় শ্ৰীযুত গীতাৰ্থ গোস্বামী আৰু অসম চৰকাৰৰ ক্ৰীড়া সচিব শ্ৰীযুত কৌচাৰ জে হিলালী ডাঙৰীয়া উপস্থিত থাকে ৷৷

কোন মন্তব্য নেই

Blogger দ্বারা পরিচালিত.