Header Ads

500 কোটি গাছ থাকলে মানুষ গরম থেকে বাঁচবে

 গাছ  লাগানো  না হলে  মানুষ বাঁচবে  না 

*আজি মানুহে ভাবিছে চাগে বহুত গৰম পৰিছে। এ চিৰ তলত থকাই ভাল ! কিন্তু কেতিয়া লৈকে এ চিৰ সহায় ল'ব ? আজি ভাৰতবৰ্ষত ৫০০ কোটি গছৰ প্ৰয়োজন আছে। কিন্তু আমি গছ কতাৰ বাহিৰে কেইজোপা গছ লগাইছো ? গৰমৰ এইয়া আৰম্ভণিহে, ৪৫ ৰপৰা ৪৯ ডিগ্ৰী লৈকে গৈছে। ৫৫ ৰ পৰা ৬০ ডিগ্ৰী হ'বলৈ বেছি সময় নালাগিব। ৫৬ ডিগ্ৰী চেলচিয়াছত মানুহ জীয়াই থাকিব নোৱাৰিব। এতিয়াও সময় আছে ৷  সকলো বুজি বৃক্ষ ৰোপন কৰিব লাগিব। কিয়নো এটা গছৰ পুলি ডাঙৰ হ'বলৈ ৫ ৰ পৰা ৭ বছৰ সময় লাগে। বৰ্তমান বৰষুণৰ সময় ৷ অন্ততঃ  ২ টাকৈ গছ পুলি নিশ্চয়কৈ লগাওক প্ৰতিজন নাগৰিকেই । এইতো কাম নিজৰ দায়িত্ব বুলি ভাবি সহৃদয় / স্বাভিমানেৰে ও আস্থা/সেৱা মনোভাৱেৰে কৰক ৷ 🙏 সকলোবোৰ কামৰ বাবে চৰকাৰৰ ভৰষাত নাথাকিব।  বৃক্ষৰোপণ কৰক আৰু এই সুন্দৰ পৃথিৱীখন বচাওক। পোস্টটো যিমান পাৰে শ্বেয়াৰ কৰক আৰু এক গণ জাগৰণৰ সৃস্টি কৰক।*

 .           🙏🙏🙏🙏

কোন মন্তব্য নেই

Blogger দ্বারা পরিচালিত.