Header Ads

রাহুল গান্ধীর ভারত জোড়া যাত্রা সফল দাবি বিরোধী দল পতি দেবব্রত সাইকিয়ার

 নয়া ঠাহর  গুয়াহাটি  :প্ৰায় ৫ মাহ আগত ভাৰতৰ ইমূৰৰ পৰা সিমূৰলৈ অৰ্থাৎ কন্যাকুমাৰীৰ পৰা কাশ্মীৰলৈ পদযাত্ৰা কৰি ৰাইজৰ মাজত শান্তি - সম্প্ৰীতি পুনৰ ঘূৰাই অনাৰ উদ্দেশ্যৰে আৰম্ভ কৰা ভাৰত জোড়ো যাত্ৰাৰ সফল সমাপ্তি ঘটিছে। আমাৰ নেতা ৰাহুল গান্ধী ডাঙৰীয়াৰ লগতে আৰু বহু সহস্ৰাধিকলোকে ৰ'দ,বৰষুণ নেওচি, প্ৰচণ্ড ঠাণ্ডাৰ লগতে উত্তপ্ত গৰম সহ্য কৰি ভাৰত জোড়ো যাত্ৰাৰ পদযাত্ৰী দলটো কাশ্মীৰত উপস্থিত হয়। আজি কাশ্মীৰৰ শ্ৰীনগৰস্থিত 'শ্বেৰ-এ-কাশ্মীৰ' ষ্টেডিয়ামত আয়োজন কৰা ভাৰত জোড়ো যাত্ৰাৰ সামৰণি অনুষ্ঠানলৈ গৈ থাকোঁতে বাটত উপভোগ কৰা কিছু মনোমোহা দৃশ্য!

কোন মন্তব্য নেই

Blogger দ্বারা পরিচালিত.